প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘বাল্মীকি জয়ন্তী’ত মহৰ্ষি বাল্মীকিলৈ প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ

Posted On: 20 OCT 2021 9:19AM by PIB Guwahati

‘বাল্মীকি জয়ন্তী’ত মহৰ্ষি বাল্মীকিলৈ প্ৰণিপাত জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“বাল্মীকি জয়ন্তীৰ বিশেষ উপলক্ষত মই মহৰ্ষি বাল্মীকিলৈ প্ৰণিপাত জনাইছো। আমাৰ সমৃদ্ধ অতীত আৰু গৌৰৱশালী সংস্কৃতিক ঐতিহ্যক লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ আগবঢ়াই যোৱা বুনীয়াদি অৱদানক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো। সামাজিক সবলীকৰণৰ ক্ষেত্ৰত তেওঁ প্ৰদান কৰি যোৱা গুৰুত্বই আমাক সদায়ে অনুপ্ৰাণিত কৰি ৰাখিব”।

 

****

DS/SH/KB



(Release ID: 1765137) Visitor Counter : 118