প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বায়ু সেনা দিৱসত ভাৰতীয় বায়ু সেনাক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
08 OCT 2021 9:47AM by PIB Guwahati
বায়ু সেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বায়ু সেনাৰ জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"বায়ু সেনা দিৱস উপলক্ষে আমাৰ বায়ু যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনাইছো। ভাৰতীয় বায়ু সেনা হৈছে সাহস, অধ্যৱসায় আৰু পেছাদাৰিত্বৰ সমাৰ্থক। দেশখনক ৰক্ষা কৰা আৰু প্ৰত্যাহ্বানৰ সময়ত মানৱীয় উদ্দীপনাৰে তেওঁলোকে নিজকে বিশিষ্ট কৰি তুলিছে।"
***
DS/SH/SB
(रिलीज़ आईडी: 1763861)
आगंतुक पटल : 225
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam