প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কেভি সুব্ৰমণিয়মক তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসৰ বাবে শুভকামনা জনায়
प्रविष्टि तिथि:
08 OCT 2021 8:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাঃ সুব্ৰমণিয়মক তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসৰ বাবে শুভকামনা জনাইছে। সুব্ৰমণিয়মে ঘোষণা কৰিছে যে তেওঁ নিজৰ তিনি বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা পদৰ পৰা আঁতৰিব।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
"কে ভি সুব্ৰমণিয়মৰ সৈতে কাম কৰাটো প্ৰসন্নতাৰ বিষয়। তেওঁৰ শৈক্ষিক প্ৰতিভা, প্ৰমুখ অৰ্থনৈতিক আৰু নীতিগত বিষয়সমূহৰ ওপৰত অদ্বিতীয় দৃষ্টিভংগী আৰু সংস্কাৰবাদী উৎসাহপূৰ্ণ ভাবনা উল্লেখনীয়। তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসসমূহৰ বাবে তেওঁক শুভকামনা।"
*******
DS/SH/AK
(रिलीज़ आईडी: 1763839)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam