প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আয়ুষ্মান ভাৰত ডিজিটেল অভিযান সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে বিল গেটছক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 SEP 2021 9:49PM by PIB Guwahati

আয়ুষ্মান ভাৰত ডিজিটেল অভিযান সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিল গেটছক ধন্যবাদ জ্ঞাপন কৰিছে। 


বিল গেটছৰ এটা টুইটৰ সঁহাৰি জনাই, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আয়ুষ্মান ভাৰত ডিজিটেল অভিযান সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে @BillGates ক ধন্যবাদ জনাইছো। 
স্বাস্থ্য আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনাৰ্থে প্ৰযুক্তিৰ অভিযোজনাৰে অসীম সুযোগ আছে আৰু ভাৰতে এই ক্ষেত্ৰত কঠোৰ শ্ৰম কৰিছে।"

 

****

DS/SH/SB


(रिलीज़ आईडी: 1761102) आगंतुक पटल : 224
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam