প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জেনেৰেল এট’মিক্স গ্ল’বেল কৰ্প’ৰেশ্যনৰ মুখ্য কাৰ্য্যবাহী শ্ৰী বিবেক লালৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 23 SEP 2021 9:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেনেৰেল এট’মিক্স গ্ল’বেল কৰ্প’ৰেশ্যনৰ মুখ্য কাৰ্য্যবাহী শ্ৰী বিবেক লালৰ সৈতে মিলিত হয়।
 

তেওঁলোকে ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তি খণ্ডটোৰ সুদৃঢ়কৰণ সন্দৰ্ভত আলোচনা কৰে। শ্ৰী লালে ভাৰতৰ প্ৰতিৰক্ষা আৰু বৰ্ধমান প্ৰযুক্তি মেনুফেক্সাৰিং ত্বৰান্বিতকৰণ আৰু কেপাচিটি বিল্ডিং বৰ্ধনৰ অৰ্থে শেহতীয়া নীতি পৰিৱৰ্তনৰ শলাগ লয়।

 

****

DS/AK/SB


(रिलीज़ आईडी: 1760783) आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam