প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

স্মাৰকৰ নীলাম অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নাগৰিকলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 19 SEP 2021 9:46AM by PIB Guwahati

উপহাৰ আৰু স্মাৰকসমূহৰ নীলাম অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দেশৰ নাগৰিকসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পৰা সংগৃহীত পুঁজি ‘নমামী গংগে’ কাৰ্যক্ৰমত ব্যৱাহাৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিছে।


এই সন্দৰ্ভত প্ৰকাশিত এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“বিগত সময়ছোৱাত, মই বহু সংখ্যক উপহাৰ আৰু স্মাৰক লাভ কৰিছিলো, যিবোৰ এতিয়া নীলাম কৰিব বিচাৰিছো। এইসমূহৰ ভিতৰত আমাৰ অলিম্পিক হিৰ’সকলে প্ৰদান কৰা স্মাৰকো আছে। এই নীলাম অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰক। ইয়াৰ পৰা সংগৃহীত পুঁজি ‘নমামী গংগে’ কাৰ্যক্ৰমৰ বাবে ব্যৱহাৰ কৰা হ’ব”।

 
****


DS/SH/KB
 


(रिलीज़ आईडी: 1760774) आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam