প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী চৰণজিত্ সিং চান্নীলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 20 SEP 2021 5:21PM by PIB Guwahati

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা শ্ৰী চৰণজিত্ সিং চান্নীলৈ  অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।


এই সন্দৰ্ভত প্ৰকাশ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা শ্ৰী চৰণজিত্ সিং চান্নী জীলৈ অভিনন্দন জনাইছো। পাঞ্জাৱৰ জন-সাধাৰণৰ কল্যাণৰ বাবে পাঞ্জাৱ চৰকাৰৰ সৈতে নিৰন্তৰ কাম যাব বুলি আশা কৰিলো”।


****


DS/SH/KB
 


(रिलीज़ आईडी: 1760772) आगंतुक पटल : 250
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam