প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী এছ সেলভাগণবথী ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বাবে সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
28 SEP 2021 11:24AM by PIB Guwahati
শ্ৰী এছ সেলভাগণবথী পুডুচেৰীৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“শ্ৰী এছ সেলভাগণবথী জী দলৰ প্ৰথমগৰাকী ৰাজ্যসভাৰ সাংসদ হিচাপে পুডুচেৰীৰ পৰা নিৰ্বাচিত হোৱা কথাটো প্ৰতিগৰাকী বিজেপি কাৰ্যকৰ্তাৰ বাবে অপাৰ গৌৰৱৰ কথা। পুডুচেৰীৰ ৰাইজে আমাৰ ওপৰত আস্থা প্ৰকট কৰিছে। আমি পুডুচেৰীৰ উন্নয়ণৰ বাবে নিৰন্তৰ কাম কৰি যাম”।
****
DS/SH/KB
(ৰিলিজ আই ডি : 1760742)
অতিথি কক্ষ : 212
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam