প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষই ১৫ ছেপ্তেম্বৰত যুটীয়াভাৱে মুকলি কৰিব সংবাদ টিভি

प्रविष्टि तिथि: 14 SEP 2021 3:10PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী  আৰু লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই ১৫ ছেপ্তেম্বৰৰ সন্ধিয়া ৬বজাত সংসদ ভৱনত যুটীয়াভাৱে মুকলি কৰিব সংবাদ টিভি। আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি সংবাদ টিভি মুকলিৰ দিন ধাৰ্য কৰা হৈছে।

সংবাদ টিভিৰ বিষয়েঃ

২০২১ৰ ফেব্ৰুৱাৰীত লোকসভা টিভি আৰু ৰাজ্য সভা টিভিক সংযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু মাৰ্চ,২০২১ত সংবাদ টিভিৰ চিইঅ’ নিযুক্ত কৰা হৈছিল।

****

DS/AKJ/MS


(रिलीज़ आईडी: 1755974) आगंतुक पटल : 303
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam