প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে হিন্দী দিৱসত জনসাধাৰণক অভিনন্দন জনাইছে

Posted On: 14 SEP 2021 10:00AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে হিন্দী দিৱসত জনসাধাৰণক অভিনন্দন জনাইছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"আপোনালোক সকলোকে হিন্দী দিৱসৰ অনেক অভিনন্দন। হিন্দীক এটা সক্ষম আৰু সমৰ্থ ভাষা কৰি তোলাত বেলেগ-বেলেগ ক্ষেত্ৰৰ লোকে উল্লেখনীয় ভূমিকা পালন কৰিছে। এয়া আপোনালোক সকলোৰে প্ৰয়াসৰেই পৰিণাম যে বৈশ্বিক মঞ্চত হিন্দীয়ে একেৰাহে নিজৰ শক্তিশালী পৰিচয় গঢ়ি তুলিছে।"

 

****

DS/SH



(Release ID: 1755099) Visitor Counter : 191