প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যসভাৰ সাংসদ শ্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজ জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 13 SEP 2021 3:58PM by PIB Guwahati

ৰাজ্যসভাৰ সাংসদ শ্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজ জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শেকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“ৰাজ্যসভাৰ সাংসদ শ্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজ জীৰ মৃত্যুত বেদনাহত হৈছো। দুখৰ এই মুহূৰ্তত তেওঁৰ শোক সন্তপ্ত পৰয়ালবৰ্গৰ লগতে শুভাকাংক্ষীসকললৈ মই সমবেদনা জ্ঞাপন কৰিছো। তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক: PM @narendramodi”

 

***

DS/SH/KB



(Release ID: 1755097) Visitor Counter : 120