প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অসমত নাও দুর্ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকাশ

प्रविष्टि तिथि: 08 SEP 2021 7:40PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অসমত নাও দুর্ঘটনাত শোক প্রকাশ কৰিছে। তেওঁ যাত্রীসকলক উদ্ধাৰৰ বাবে সম্ভাব্য সকলো ধৰণৰ উদ্যোগ গ্ৰহণৰ কথা জনাইছে।

এটা ট্যুইট বার্তাত শ্রী মোদীয়ে কৈছে;           

"অসমত নাও দুর্ঘটনাৰ খবৰত মই শোকাহত। যাত্রীসকলক উদ্ধাৰৰ বাবে সম্ভাব্য সকলো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। সকলোৰে সুৰক্ষা আৰু কল্যাণ কামনা কৰিছো।"

 

****

DS/SH


(रिलीज़ आईडी: 1753828) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam