পোষ্ট কৰা হৈছে:
04 SEP 2021 5:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ত অনুষ্ঠিত পেৰাঅলিম্পিক গেমছৰ বেডমিন্টনত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে মনোজ সৰকাৰক অভিনন্দন জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"@manojsarkar07 ৰ চমৎকাৰ প্ৰদৰ্শনত অতিশয় আনন্দিত হৈছো। বেডমিন্টনত ঘৰলৈ সন্মানীয় ব্ৰঞ্জৰ পদক কঢ়িয়াই অনাৰ বাবে তেওঁক অভিনন্দন জনাইছো। অনাগত সময়ৰ বাবে জনালো অলেখ শুভকামনা। #Paralympics #Praise4Para"
****
DS/SH/SB