প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পেৰাঅলিম্পিক গেমছৰ বেডমিন্টনত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে মনোজ সৰকাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 04 SEP 2021 5:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅত অনুষ্ঠিত পেৰাঅলিম্পিক গেমছৰ বেডমিন্টনত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে মনোজ সৰকাৰক অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"@manojsarkar07 ৰ চমৎকাৰ প্ৰদৰ্শনত অতিশয় আনন্দিত হৈছো। বেডমিন্টনত ঘৰলৈ সন্মানীয় ব্ৰঞ্জৰ পদক কঢ়িয়াই অনাৰ বাবে তেওঁক অভিনন্দন জনাইছো। অনাগত সময়ৰ বাবে জনালো অলেখ শুভকামনা। #Paralympics #Praise4Para"

 

****

DS/SH/SB



(Release ID: 1752493) Visitor Counter : 145