প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
15 AUG 2021 4:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাজঘাটলৈ যায়।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়,
“ৰাজঘাটলৈ গৈ আজি মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰো। তেওঁৰ চিন্তা আৰু আদৰ্শই আমাক নিৰন্তৰভাৱে পৰিচালিত কৰি আছে আৰু আমি জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে কাম কৰি আছো।”
****
DS/MS
(ৰিলিজ আই ডি : 1747277)
অতিথি কক্ষ : 188
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam