প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
16 AUG 2021 9:32AM by PIB Guwahati
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘আমি তেওঁৰ বন্ধুত্বপূৰ্ণ ব্যক্তিত্বক স্মৰণ কৰিছোঁ, আমি তেওঁৰ স্নেহময় স্বভাৱক স্মৰণ কৰিছোঁ, আমি তেওঁৰ বুদ্ধিমত্তা আৰু হাস্যৰস স্মৰণ কৰিছোঁ, দেশৰ অগ্ৰগতিত তেওঁৰ অৱদান স্মৰণ কৰিছোঁ।
অটলজী আমাৰ দেশৰ নাগৰিকসকলৰ মন আৰু মগজুত জীয়াই আছে। আজি তেখেতৰ পুণ্য তিথিত ‘সদৈৱ অটল’স্থলীলৈ গৈ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।’
****
DS/SH/KG
(रिलीज़ आईडी: 1747272)
आगंतुक पटल : 253
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam