প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মধ্য প্ৰদেশৰ বৰষুণ আৰু বানপীড়িতসকলৰ বাবে ‘পিএমএনআৰফ’-ৰ পৰা এককালীন সাহায্য অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
04 AUG 2021 8:24PM by PIB Guwahati
মধ্য প্ৰদেশৰ বৰষুণ আৰু বানত নিহতসকলৰ নিকটাত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২লাখকৈ এককালীন সাহায্য প্ৰদানৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ আহতসকললৈও ৫০হাজাৰ টকাকৈ আগবঢ়ায়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তা কোৱা হয়, “প্ৰধানমন্ত্ৰী @narendramodi মধ্য প্ৰদেশৰ বৰষুণ আৰু বানত নিহতসকলৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। আহতসকলক ৫০,০০০টকাকৈ আগবঢ়োৱা হ’ব”।
****
DS/SH/KB
(रिलीज़ आईडी: 1743428)
आगंतुक पटल : 252
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Tamil
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam