প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্য প্ৰদেশৰ বৰষুণ আৰু বানপীড়িতসকলৰ বাবে ‘পিএমএনআৰফ’-ৰ পৰা এককালীন সাহায্য অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 AUG 2021 8:24PM by PIB Guwahati

মধ্য প্ৰদেশৰ বৰষুণ আৰু বানত নিহতসকলৰ নিকটাত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২লাখকৈ এককালীন সাহায্য প্ৰদানৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ আহতসকললৈও ৫০হাজাৰ টকাকৈ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তা কোৱা হয়, “প্ৰধানমন্ত্ৰী @narendramodi মধ্য প্ৰদেশৰ বৰষুণ আৰু বানত নিহতসকলৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। আহতসকলক ৫০,০০০টকাকৈ আগবঢ়োৱা হ’ব”।

 

****

DS/SH/KB



(Release ID: 1743428) Visitor Counter : 93