প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিদিশাৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা অনুদান ঘোষণা
प्रविष्टि तिथि:
16 JUL 2021 11:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ বিদিশাত হোৱা মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ক 2 লাখ টকাৰ অনুদান ঘোষণা কৰিছে।
পিএমঅ'ৰ দ্বাৰা জাৰি কৰা এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়:
"বিদিশা, মধ্যপ্ৰদেশৰ ঘটনাটোক লৈ মই অত্যন্ত দুখিত। শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা। ঘটনাটোত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী"
****
DS/SH/RD
(रिलीज़ आईडी: 1742168)
आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam