প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘জ্যেষ্ঠ অষ্টমী’ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 18 JUN 2021 6:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ‘জ্যেষ্ঠ অষ্টমী’ উপলক্ষে সকলোলৈকে, বিশেষকৈ কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ জনসাধাৰণলৈ শুভ কামনা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“পবিত্ৰ জ্যেষ্ঠ অষ্টমী উপলক্ষে সকলোলৈকে, বিশেষকৈ কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ লোকসকললৈ শুভকামনা জ্ঞাপন কৰিছো। আমি মাতা খীৰ ভৱনীৰ চৰণত প্ৰণিপাত কৰিছো আৰু সকলোকে সুস্থ শৰীৰে আৰু কুশলে ৰখাৰ বাবে প্ৰাৰ্থনা জনাইছো”।

 

 

****

DS/AK/KB



(Release ID: 1741177) Visitor Counter : 116