প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাগীৰথি আম্মাৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 JUL 2021 9:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগীৰথি আম্মাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘মই শ্ৰদ্ধাৰ ভাগীৰথি আম্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ জীৱন যাত্ৰা, বিশেষকৈ নতুন বস্তু শিকাৰ প্ৰতি তেওঁৰ যি চিৰন্তন হেঁপাহ, সেই সমূহৰ পৰা আমাৰ শিকিবলগীয়া বহু আছে। তেখেতৰ মৃত্যুত দুখিত। তেখেতৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।’
****
DS/SH/KG
(रिलीज़ आईडी: 1740520)
आगंतुक पटल : 225
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam