প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী সংস্থান গোকৰ্ণ পৰ্তগালি জীৱোত্তম মঠৰ শ্ৰীমদ বিদ্যাধিৰাজ তীৰ্থ শ্ৰীপাদ ৱডেৰ স্বামীজীৰ প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছে
পোষ্ট কৰা হৈছে:
19 JUL 2021 8:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী সংস্থান গোকৰ্ণ পৰ্তগালি জীৱোত্তম মঠৰ শ্ৰীমদ বিদ্যাধিৰাজ তীৰ্থ শ্ৰীপাদ ৱডেৰ স্বামীজীৰ প্ৰয়াণত শোক ব্যক্ত কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, 'শ্ৰী সংস্থান গোকৰ্ণ পৰ্তগালি জীৱোত্তম মঠৰ পৰম পূজ্য শ্ৰীমদ বিদ্যাধিৰাজ তীৰ্থ শ্ৰীপাদ ৱডেৰ স্বামীজীৰ প্ৰয়াণত দুখিত। তেওঁক সমাজৰ বাবে তেওঁৰ সেৱাৰ বাবে, বিশেষকৈ স্বাস্থ্য ক্ষেত্ৰত, স্মৰণ কৰা হ'ব। তেওঁৰ অগণন অনুগামীৰ প্ৰতি মোৰ সমবেদনা আছে। ঔম শান্তি।'
********
DS/SH
(ৰিলিজ আই ডি : 1740511)
অতিথি কক্ষ : 184
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam