প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 23 JUL 2021 6:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক, ২০২০ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “আহক আমি সকলোৱে ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰো (#Cheer4India!)৷

@Tokyo2020ৰ উদ্বোধনী অনুষ্ঠান কেতবোৰ দৃশ্য প্ৰত্যক্ষ কৰো৷

আমাৰ শক্তিশালী দলৰ খেলুৱৈসকলক শুভেচ্ছা জনাও৷#Tokyo2020"

***

DS/SH/DB



(Release ID: 1739115) Visitor Counter : 139