প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম জয়ন্তীত চন্দ্ৰশেখৰ আজাদলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 23 JUL 2021 10:04AM by PIB Guwahati

জন্ম জয়ন্তী উপলক্ষে চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “জন্ম জয়ন্তীত ভাৰত মাতাৰ বীৰ সন্তান চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছো। ঔপনিৱেশিকতাৰ কৰাল গ্ৰাসৰ পৰা ভাৰতক মুক্ত কৰাৰ বাবে হাঁহি মুখে তেওঁ যৌৱন উচৰ্গা কৰিছিল। তেওঁ এখন নীতিনিষ্ঠ আৰু শক্তিশালী ভাৰতৰ এগৰাকী ভৱিষ্যদৰ্শী চিন্তাবিদ তথা স্বপ্নদ্ৰষ্টাও আছিল”।

 

 

***

DS/SH/KB


(रिलीज़ आईडी: 1739111) आगंतुक पटल : 269
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam