প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঈদ-উজ্-জোহা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 JUL 2021 8:39AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উজ্-জোহা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"ঈদ মোবাৰক!

ঈদ-উজ্-জোহা উপলক্ষে শুভকামনা জনাইছো। এই দিনটোৱে যেন সৰ্বাংগীন ভালৰ অৰ্থে সমন্বিত সহানুভূতি, ঐক্য আৰু অন্তর্ভুক্তিত উদ্দীপনা যোগাই, তাৰে কামনা কৰিলো।"

***

DS/SH/SB


(रिलीज़ आईडी: 1737667) आगंतुक पटल : 241
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam