প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্য প্ৰদেশত বজ্ৰপাতত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

নিহত-আহতসকললৈ অনুদান ঘোষণা

प्रविष्टि तिथि: 12 JUL 2021 12:14PM by PIB Guwahati

মধ্য প্ৰদেশত বজ্ৰপাতত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে আৰু নিহত-আহতসকললৈ অনুদান ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইবুলি টুইট কৰে, "মধ্য প্ৰদেশত বজ্ৰপাতত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছো। প্ৰভাৱিত হোৱাসকলক ৰাজ্য চৰকাৰখনে সম্ভাৱ্য সকলো সাহায্য আগবঢ়াব। পিএমএনআৰএফৰপৰা, নিহতসকলৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাকৈ আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী মোদী।"

 

****

DS/SH/SB


(रिलीज़ आईडी: 1734947) आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam