প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পূণ্যাত্মা দালাই লামাৰ ৮৬তম জন্মদিনত প্রধানমন্ত্রীৰ শুভেচ্ছা

Posted On: 06 JUL 2021 2:25PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পূণ্যাত্মা দালাই লামাৰ সৈতে আজি বাৰ্তালাপ কৰে আৰু তেওঁৰ ৮৬তম জন্মদিনত তেওঁক শুভেচ্ছা জনায়।

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কয়, “টেলিফোনত পূণ্যাত্মা @DalaiLamaক তেওঁৰ ৮৬তম জন্মদিনৰ শুভেচ্ছা জনালো। মই তেওঁৰ সুস্থ আৰু দীর্ঘ জীৱন কামনা কৰিছো।“

 

 *********

 

DS/SH

 



(Release ID: 1733271) Visitor Counter : 121