প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্রী জগন্নাথ ৰাও যোশীজীৰ ১০১সংখ্যক জন্মবার্ষিকীত শ্রদ্ধাঞ্জলি প্রধানমন্ত্রীৰ

Posted On: 23 JUN 2021 4:44PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভাৰতীয় জনসংঘ আৰু ভাৰতীয় জনতা পার্টিৰ প্রবীণ নেতা শ্রী জগন্নাথ ৰাও যোশীজীৰ ১০১সংখ্যক জন্ম বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

টুইটাৰযোগে প্রধানমন্ত্রীয়ে কয়, "শ্রী জগন্নাথ ৰাও যোশীজীৰ ১০১সংখ্যক জন্ম বার্ষিকীত মই শ্রদ্ধা নিবেদন জনাইছো৷ তেওঁ এগৰাকী অসাধাৰণ সংগঠক হোৱাৰ লগতে মানুহৰ স্বার্থত নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈছে৷ জনসংঘ আৰু ভাৰতীয় জনতা পার্টিক আৰু অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্য তেওঁৰ ভূমিকা সর্বজনবিদিত। জগন্নাথ ৰাও যোশীজী আছিল প্রজ্ঞা আৰু বিচক্ষণতাৰ এক অতুলনীয় প্রতীক।"

***

DS/SH/DB



(Release ID: 1730186) Visitor Counter : 125