প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ৰাজ্য পৰ্ব’ উপলক্ষত ওড়িশাবাসীলৈ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 14 JUN 2021 10:50AM by PIB Guwahati

‘ৰাজ্য পৰ্ব’ৰ পবিত্ৰ উপলক্ষত ওড়িশাবাসীলৈ শুভ কামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজ্য পৰ্ব’ৰ পবিত্ৰ উপলক্ষত শুভ কামনা জনালো। মই সকলোৰে সু-স্বাস্থ্য আৰু সুন্দৰ জীৱন কামনা কৰি প্ৰাৰ্থনা জনাইছো।

 

****

DS/SH/KB


(रिलीज़ आईडी: 1727425) आगंतुक पटल : 227
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam