প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৮ মে’ত যশ ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ খতিয়ান ল’বলৈ ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

যশ ঘূৰ্ণীবতাহত আক্ৰান্ত অঞ্চলৰ এৰিয়েল সৰ্বেক্ষণ কৰিব প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 27 MAY 2021 3:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ ২০২১ তাৰিখে ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব৷ এই দুয়োখন ৰাজ্যত যশ ঘূৰ্ণীবতাহে চলোৱা তাণ্ডৱৰ খতিয়ান ল’ব প্ৰধানমন্ত্ৰীয়ে৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ এৰিয়েল সৰ্বেক্ষণো কৰিব৷

 

***

 

DS /AKJ/MANN


(ৰিলিজ আই ডি : 1722332) অতিথি কক্ষ : 149