প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চমন লাল গুপ্তাৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
18 MAY 2021 1:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চমন লাল গুপ্তাজীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
"শ্ৰী চমন লাল গুপ্তাজীক অগণন সমাজ সেৱাৰ প্ৰচেষ্টাৰ বাবে স্মৰণ কৰা হ'ব। তেওঁ এজন সমৰ্পিত বিধায়ক আছিল আৰু সমগ্ৰ জম্মু আৰু কাশ্মীৰত বিজেপিক শক্তিশালী কৰিছিল। তেওঁৰ মৃত্যুত দুখিত। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা। ঔঁম শান্তি। "
***
DS/SH/RD
(ৰিলিজ আই ডি : 1721202)
অতিথি কক্ষ : 214
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam