প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী কান্তিসেন শ্ৰফৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 13 MAY 2021 10:52PM by PIB Guwahati

শ্ৰী কান্তিসেন শ্ৰফ(কাকা)ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, শ্ৰী কান্তিসেন শ্ৰফ এগৰাকী দয়ালু হৃদয়ৰ ব্যক্তি আছিল, তদুপৰি তেওঁ গুজৰাটৰ এগৰাকী সফল উদ্যোগপতিও আছিল, যিয়ে ক্ষুদ্ৰ কাৰিকৰসকলৰ অৰ্থনৈতিক উত্তৰণৰ বাবে বহুখিনি অৰিহণা আগবঢ়াইছিল।

*****

DS /AKJ/KB


(रिलीज़ आईडी: 1721106) आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam