স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

২৬ দিনৰ পাছত দৈনিক নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা ৩লাখৰ কম হৈছে

বিগত ২৪ ঘণ্টাত ১৫.৭৩লাখ পৰীক্ষাৰে সাপ্তাহিক পজিটিভিটিৰ হাৰ ১৮.১৭%লৈ হ্ৰাস

Posted On: 17 MAY 2021 12:08PM by PIB Guwahati

লক্ষণীয়ভাৱে উৎসাহজনক খবৰ এই যে সূদীৰ্ঘ ২৬ দিনৰ পাছত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা ভাৰতত ৩লাখতকৈ কম হৈছে৷

বিগত ২৪ ঘণ্টাত ২,৮১,৩৮৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷

তলৰ লেখচিত্ৰত ৯ মে’, ২০২১ৰ পৰা দৈনিক নতুন আক্ৰান্তৰ গড় হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image001SCQA.jpg

ইফালে, সাপ্তাহিক পজিটিভিটিৰ হাৰো হ্ৰাস পাই আজি ১৮.১৭% হোৱা পৰিলক্ষিত হৈছে৷ বিগত ২৪ ঘণ্টাত ১৫,৭৩,৫১৫টা নমূনা পৰীক্ষাসহ এতিয়ালৈকে দেশত মুঠ ৩১,৬৪,২৩,৬৫৮টা নমূনা পৰীক্ষা কৰা হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0026YGN.jpg

ৰাজ্যিকভিত্তিক পজিটিভিটিৰ হাৰৰ সন্দৰ্ভত তলৰ লেখচিত্ৰৰ পৰা এক আভাস পোৱা যায়৷ অসমত ৪খন জিলাত পজিটিভিটিৰ হাৰ ২০%তকৈ কম৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image003WIRL.jpg

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা আজি ২,১১,৭৪,০৭৬জন হৈছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৪.৮১% হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৩,৭৮,৭৪১জন ৰোগী আৰোগ্য হৈছে৷

বিগত ৭ দিনৰ ভিতৰত ছয়দিনেই নতুন আক্ৰান্ততকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0048HFE.jpg

নতুন  আৰোগ্য ৰোগীৰ ৭১.৩৫%ই ১০খন ৰাজ্যৰ৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image005TPG9.jpg

আনহাতে, ভাৰতত বৰ্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা ৩৫,১৬,৯৯৭জন৷ এয়া মুঠ আক্ৰান্ত ৰোগীৰ ১৪.০৯%৷

বিগত ২৪ ঘণ্টাতে চিকিৎসাধীন ৰোগীৰ ১,০১,৪৬১জন হ্ৰাস পাইছে৷

মুঠ চিকিৎসাধীন ৰোগী ৭৫.০৪%ই ১০খন ৰাজ্যৰ৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0066EJ5.jpg

দেশৰ মুঠ ক’ভিড-১৯ টিকাকৰণে সামৰি লোৱা লোকৰ সংখ্যা ১৮.৩০ কোটিৰ সীমা অতিক্ৰম কৰিছে৷

আজি আজি পুৱা ৭ বজালৈকে ২৬,৬৮,৮৯৫টা পৰ্বৰ জৰিয়তে মুঠ ১৮,২৯,২৬,৪৬০টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯৬,৪৫,৬৯৫গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৬৬,৪৩,৬৬১গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ১,৪৪,৪৪,০৯৬গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৮১,৯৬,০৫৩গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ১৮-৪৪ বছৰ বয়সৰ ৫২,৬৪,০৭৩গৰাকীক প্ৰথম ড’জ, ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৫,৭২,৭৮,৫৫৪জন লোকক প্ৰথম ড’জ আৰু ৯১,০৭,৩১১জন লোকক দ্বিতীয় ড’জ আৰু ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৫,৪৫,১৫,৩৫২গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ১,৭৮,০১,৮৯১গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৬০%ই আঠখন ৰাজ্যৰ৷

 

 

স্বাস্থ্যকৰ্মী

প্ৰথম ড’জ

৯৬,৪৫,৬৯৫

দ্বিতীয় ড’জ

৬৬,৪৩,৬৬১

আগশাৰীৰ কৰ্মী

প্ৰথম ড’জ

,৪৪,৪৪,০৯৬

দ্বিতীয় ড’জ

৮১,৯৬,০৫৩

১৮-৪৪ বছৰ বয়সৰ

প্ৰথম ড’জ

৫২,৬৪,০৭৩

৪৫-৬০ বছৰ বয়সৰ

প্ৰথম ড’জ

,৭২,৭৮,৫৫৪

দ্বিতীয় ড’জ

৯১,০৭,৩১১

৬০ বছৰ ঊৰ্ধ্বৰ

প্ৰথম ড’জ

,৪৫,১৫,৩৫২

দ্বিতীয় ড’জ

,৭৮,৩১,৬৬৫

 

মুঠ

১৮,২৯,২৬,৪৬০

 

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৬৬.৭৩%ই ১০খন ৰাজ্যৰ৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0074FL7.jpg

তৃতীয় পৰ্যায়ৰ টিকাকৰণ আৰম্ভ হোৱাৰে পৰা ৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১৮-৪৪ বয়সৰ মুঠ ৫২,৬৪,০৭৩জনক টিকা প্ৰদান কৰা হৈছে৷ বিগত ২৪ ঘণ্টাতে ৪,৩৫,১৩৮জনক টিকাকৰণ কৰা হৈছে৷ তলৰ তালিকাত এতিয়ালৈকে টিকাকৰণ কৰা ১৮-৪৪ বছৰ বয়সৰ হিতাধিকাৰীৰ সংখ্যা উল্লেখ কৰা হ’ল৷

ক্ৰ.নং.

ৰাজ্যসমূহ

মুঠ

A & N Islands

১,১৮১

Andhra Pradesh

৩,৪৪৩

Assam

২,২৯,২৩৩

Bihar

৭,৩৬,১৪৪

Chandigarh

২,০৭৮

Chhattisgarh

১,০২৮

Dadra & Nagar Haveli

৪,২৯১

Daman & Diu

৪,৭০৩

Delhi

৬,৩৯,৯২৯

১০

Goa

৭,৯২৯

১১

Gujarat

৫,১২,২৯০

১২

Haryana

৪,৫৫,২০৫

১৩

Himachal Pradesh

১৪

১৪

Jammu & Kashmir

৩১,২০৪

১৫

Jharkhand

১,০৯,২৪৫

১৬

Karnataka

১,১৪,৫৩৯

১৭

Kerala

২,৩৯৮

১৮

Ladakh

৫৭০

১৯

Madhya Pradesh

১,৮১,৭৩৫

২০

Maharashtra

৬,৫২,১১৯

২১

Meghalaya

৫,৭১২

২২

Nagaland

২৩

Odisha

১,৪০,৫৫৮

২৪

Puducherry

২৫

Punjab

৬,৯৫৯

২৬

Rajasthan

৮,১৬,২৪১

২৭

Sikkim

৩৫০

২৮

Tamil Nadu

৩২,৬৪৫

২৯

Telangana

৫০০

৩০

Tripura

৩১

Uttar Pradesh

৪,১৫,১৭৯

৩২

Uttarakhand

১,২২,৯১৬

৩৩

West Bengal

৩৩,৭২৬

মুঠ

৫২,৬৪,০৭৩

 

বিগত ২৪ ঘণ্টাত দেশত প্ৰায় ৭লাখ লোকক টিকাকৰণ কৰা হৈছে৷ টিকাকৰণ অভিযানৰ ১২১সংখ্যক দিনত ৬,০৬৮টা পৰ্বৰ জৰিয়তে ৬,৯১,২১১জনক টিকাকৰণ কৰা হয়৷

বিগত ২৪ঘণ্টাত আক্ৰান্তৰ ৭৫.৯৫%ই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৪,৩৮৯জন আৰু তামিলনাডুত ৩৩,১৮১জন লোক আক্ৰান্ত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image008838S.jpg

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১০% হৈছে৷

বিগত ২৪ ঘণ্টাত ৪,১০৬জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ভিতৰত ৭৫.৩৮%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৯৭৪ আৰু কৰ্ণাটকত ৪০৩জন ৰোগীৰ মৃত্যু হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0094F9X.jpg

ক’ভিডৰ বিৰুদ্ধে যুঁজত বিদেশৰ পৰা লাভ কৰা সাহাৰ্য সামগ্ৰী অতি সুন্দৰভাৱে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে৷ এতিয়ালৈকে ১১,০৫৮টা অক্সিজেন কনচেনট্ৰেটৰ, ১৩,৪৯৬টা অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন উৎপাদন প্লাণ্ট, ৭,৩৬৫টা ভেণ্টিলেটৰ/বিআইপিএপি; ~৫.৩লাখ ৰেমডেছিভিৰ ভায়েল পথ আৰু বিমানযোগে প্ৰেৰণ কৰা হৈছে৷

 

*****

MV

 



(Release ID: 1719692) Visitor Counter : 202