প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উপলক্ষে নাৰ্ছিং ষ্টাফৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 12 MAY 2021 12:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উপলক্ষে নাৰ্ছিং ষ্টাফৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উপলক্ষে মই কঠোৰ পৰিশ্ৰমী নাৰ্ছিং ষ্টাফৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো, যিসকলে ক’ভিড-১৯ যুঁজত অগ্ৰণী ভূমিকা পালন কৰিছে৷ এখন সুস্থ ভাৰতৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য পৰায়ণতা, ধৈৰ্য আৰু প্ৰতিশ্ৰুতি উল্লেখযোগ্য৷”

***

 

DS/DB


(रिलीज़ आईडी: 1717937) आगंतुक पटल : 225
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam