প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জয়ন্তী উপলক্ষে গুৰুদেৱ ঠাকুৰক প্ৰণিপাত জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 09 MAY 2021 10:37AM by PIB Guwahati

ৰবীন্দ্ৰ জয়ন্তী উপলজ্ঞে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুদেৱ ৰৱীন্দ্ৰনাথ ঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মই মহান গুৰুদেৱ ঠাকুৰক প্ৰণিপাত জনাইছো৷ তেওঁৰ সপোনৰ ভাৰতবর্ষ নিৰ্মাণত তেওঁৰ আদর্শই আমাক উৎসাহ আৰু শক্তি প্রদান কৰিব বুলি প্ৰাৰ্থনা জনালো৷

*******

DS/DB


(रिलीज़ आईडी: 1717936) आगंतुक पटल : 222
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam