প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৃপালু আৰু অত্যন্ত শ্ৰদ্ধেয় ডঃ ফিলিপ’জ মাৰ ক্ৰাইচ’ষ্টম মাৰ থমা বলিয়া মেট্ৰ’পলিটানৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
05 MAY 2021 11:13AM by PIB Guwahati
কৃপালু আৰু অত্যন্ত শ্ৰদ্ধেয় ডঃ ফিলিপ’জ মাৰ ক্ৰাইচ’ষ্টম মাৰ থমা বলিয়া মেট্ৰ’পলিটানৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“কৃপালু আৰু অত্যন্ত শ্ৰদ্ধেয় ডঃ ফিলিপ’জ মাৰ ক্ৰাইচ’ষ্টম মাৰ থমা বলিয়া মেট্ৰ’পলিটানৰ মৃত্যুত শোকাহত হৈছো। তেওঁৰ সমৃদ্ধ আধ্যাত্মিক জ্ঞান আৰু মানৱ জাতিয়ে ভুগি থকা কষ্ট দূৰ কৰিবলৈ গ্ৰহণ কৰা একাধিক প্ৰচেষ্টাৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। মালঙ্কাৰ মাৰ থমা চিৰিয়ান চাৰ্চৰ সদস্যসকললৈ সমবেদনা জনাইছো।”
****
DS/AK/SB
(रिलीज़ आईडी: 1716184)
आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam