প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পৱিত্ৰ বিষু উপলক্ষে শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 APR 2021 9:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বজুৰি কেৰালা আৰু মালায়ালী লোকসকলক পৱিত্ৰ উৎসৱ বিষুৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়: "কেৰালাৰ জনসাধাৰণলৈ মোৰ শুভেচ্ছা। এই পৱিত্ৰ অনুষ্ঠানত মই সমগ্ৰ বিশ্বৰ মালায়ালী জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। নতুন বছৰটোৱে আপোনালোক সকলোৰে বাবে স্বাস্থ্য আৰু সুখ কঢ়িয়াই আনক।"

 

********

DS/RD


(रिलीज़ आईडी: 1713357) आगंतुक पटल : 202
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada