প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বহাগ বিহু উপলক্ষে অসমবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 APR 2021 9:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহাগ বিহু উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটত শ্ৰী মোদীয়ে কয়, ‘বহাগ বিহুৰ পবিত্ৰ ক্ষণত অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিলো। মই সকলোৰে সুস্বাস্থ্য আৰু সুখৰ বাবে প্ৰাৰ্থনা জনাইছো। আশা কৰিছো অসমে সমৃদ্ধিৰ নতুন উচ্চতা স্পৰ্শ কৰিব।’

********

DS/MS


(रिलीज़ आईडी: 1712395) आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam