প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত ৰত্ন ডঃ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 APR 2021 8:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন ডঃ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

আম্বেদকাৰ জয়ন্তীত ডঃ বাবাচাহেব আম্বেদকাৰক শ্ৰদ্ধা জনাই, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে "অৱহেলিত শ্ৰেণীটোক মূলসুঁতিলৈ অনাত তেওঁৰ সংগ্ৰাম আহি থকা প্ৰজন্মসমূহৰ বাবে এটি দৃষ্টান্ত হৈ থাকিব।"

***

DS/SB


(रिलीज़ आईडी: 1711920) आगंतुक पटल : 200
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam