প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চাজিবু চেৰোবা উপলক্ষে মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 13 APR 2021 9:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ জনসাধাৰণলৈ চাজিবু চেৰোবাৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, শ্ৰী মোদীয়ে কয়

“মণিপুৰৰ জনসাধাৰণক চাজিবু চেৰোবাৰ শুভেচ্ছা জ্ঞাপন কৰিলো। এটি আনন্দপূৰ্ণ আৰু সুস্থ বৰ্ষৰ কামনা কৰিছো।”

 

******

DS/SB


(रिलीज़ आईडी: 1711393) आगंतुक पटल : 185
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam