গৃহ মন্ত্ৰালয়

নগা সংগঠনৰে যুদ্ধবিৰতি চুক্তিৰ সময় সীমা সম্প্ৰসাৰণৰ সিদ্ধান্ত

Posted On: 12 APR 2021 4:32PM by PIB Guwahati

‘নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড-এনকে’(এনএছচিএন-এনকে), ‘নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড-ৰিফৰ্মেশ্যন’(এনএছচিএন-আৰ) আৰু ‘নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড-কে খাংগ’’(এনএছচিএন-কে-খাংগ’)ৰ সৈতে ভাৰত চৰকাৰে সম্পাদন কৰা যুদ্ধ বিৰতিৰ চুক্তিকেইখনৰ সময় সীমা আৰু এটা বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সিদ্ধান্ত অনুযায়ী ‘এনএছচিএন-এনকে’ আৰু ‘এনএছচিএন-আৰ’-ৰে এই সময় সীমা অহা ২৮ এপ্ৰিল, ২০২১ৰ পৰা ২৭এপ্ৰিল, ২০২২লৈ সম্প্ৰসাৰণ কৰাৰ বিপৰীতে ‘এনএছচিএন-কে-খাংগ’-ৰে এই সম্প্ৰসাৰণ বলবত্ হ’ব  ১৮এপ্ৰিল, ২০২০১ৰ পৰা ১৭এপ্ৰিল, ২০২২লৈ। ১২এপ্ৰিল, ২০২১ত এই সংক্ৰান্তীয় চুক্তিপত্ৰ স্বাক্ষৰিত কৰা হয়।

 

*****

NW/RK/PK/AD/DD/KB



(Release ID: 1711301) Visitor Counter : 166