প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ পৰা ড০ ফাৰুক আব্দুলাৰ আশু আৰোগ্য কামনা কৰিছে

प्रविष्टि तिथि: 30 MAR 2021 1:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েক’ভিড-১৯ৰ পৰা ড০ ফাৰুক আব্দুলাৰ আশু আৰোগ্য কামনা কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘মই ড০ ফাৰুক আব্দুলা মহোদয়ৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিছো।’

লগতে আপোনাৰ আৰু আপোনাৰ সমগ্ৰ পৰিয়ালৰ সুস্বাস্থ্যৰ বাবে মই প্ৰাৰ্থনা জনাইছো।"

 

*****

DS/SH/MS


(रिलीज़ आईडी: 1708710) आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam