স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ মুঠ ভেকচিন ক’ভাৰেজে ৫ কোটি পালি অতিক্ৰম কৰিলে

যোৱা ২৪ ঘন্টাত ২৩ লাখৰো অধিক পালি ভেকচিন প্ৰদান

মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্ণাটক, চত্তীশগড় আৰু গুজৰাটত দৈনিক নতুন ঘটনা বৃদ্ধি

Posted On: 24 MAR 2021 11:04AM by PIB Guwahati

বিশ্ব মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ভাৰতে এটা লক্ষ্যণীয় মাইলৰ খুঁটি অতিক্ৰম কৰিলে। দেশখনত প্ৰদান কৰা ক’ভিড ১৯ ভেকচিনৰ পালিৰ মুঠ সংখ্যাই ৫ কোটি অতিক্ৰম কৰে।

আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ৮,২৩,০৪৬ ছেচনজুৰি ৫,০৮,৪১,২৮৬ পালি ভেকচিন প্ৰদান কৰা হয়।

ইয়াত অন্তৰ্ভুক্ত হৈছে ৭৯,১৭,৫২১ হেল্থ কেয়াৰ কৰ্মী (১ম পালি), ৫০,২০,৬৯৫ হেল্থ কেয়াৰ কৰ্মী (২য় পালি), ৮৩,৬২,০৬৫ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি) আৰু ৩০,৮৮,৬৩৯ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), নিৰ্দিষ্ট ৰোগসমূহত ভুগি থকা ৪৫ বছৰ বয়সৰ উৰ্ধ ৪৭,০১,৮৯৪ হিতাধিকাৰী (১ম পালি) আৰু ৬০ বছৰ বয়সৰ উৰ্ধ ২,১৭,৫০,৪৭২ হিতাধিকাৰী।

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৭৯,১৭,৫২১

৫০,২০,৬৯৫

৮৩,৬২,০৬৫

৩০,৮৮,৬৩৯

৪৭,০১,৮৯৪

২,১৭,৫০,৪৭২

৫,০৮,৪১,২৮৬

টিকাদান কাৰ্যক্ৰমৰ ৬৭-সংখ্যক দিন (২৩ মাৰ্চ, ২০২১) টোত, ২৩,৪৬,৬৯২ পালি ভেকচিন প্ৰদান কৰা হৈছে।

মুঠৰ, ২১,০০,৭৯৯ হিতাধিকাৰীক ১ম পালি ভেকচিন আৰু ২,৪৫,৮৯৩ হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মীক ২য় পালি ভেকচিন প্ৰদান কৰা হৈছে।

তাৰিখঃ ২৩ মাৰ্চ, ২০২১

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

৫৭,৯৪২

৬০,৭৩১

১,১৯,৯৩৮

১,৮৫,১৬২

৪,০৩,৫৮৪

১৫,১৯,৩৩৫

২১,০০,৭৯৯

২,৪৫,৮৯৩

অদ্যপি প্ৰদান কৰা মুঠ ভেকচিন পালিৰ ৬০% প্ৰদান কৰা হৈছে আঠখন ৰাজ্যত।

পাঁচখন ৰাজ্য যথাঃ মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্ণাটক, চত্তীশগড় আৰু গুজৰাটত দৈনিক নতুন ক’ভিড ঘটনা বৃদ্ধি পাইছে। নতুন ঘটনাৰ ৭৭.৪৪% এই ৰাজ্যকেইখনত লাভ কৰা হৈছে।

যোৱা ২৪ ঘন্টাত ৪৭,২৬২ টা নতুন ঘটনা লাভ কৰা যায়।

যোৱা ২৪ ঘন্টাত লাভ কৰা নতুন ঘটনাসমূহৰ ৮১.৬৫% লাভ কৰা যায় ছখন ৰাজ্যত। মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ২৮,৬৯৯ টা। ইয়াৰ পাছতেই পঞ্জাৱত ২,২৫৪ টাৰ সমান্তৰালভাৱে কৰ্ণাটকত নতুন ঘটনা ২,০১০ টা।

আঠ ৰাজ্যৰ সাপ্তাহিক পজিটিভিটি হাৰ ৰাষ্ট্ৰীয় গড় (৪.১১%) তকৈ অধিক। মহাৰাষ্ট্ৰত সাপ্তাহিক পজিটিভিটি হাৰ সৰ্বাধিক ২০.৫৩%।

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড হয় ৩,৬৮,৪৫৭, যাৰ হাৰ মুঠ পজিটিভ ঘটনাৰ ৩.১৪%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা মুঠ ২৩,০৮০ টা ঘটনা হ্ৰাস হয়।

আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হয় ১,১২,০৫,১৬০ টা। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হৈছে ৯৫.৪৯%।

যোৱা ২৪ ঘন্টাত ২৩,৯০৭ ৰোগীয়ে আৰোগ্য লাভ কৰে।

যোৱা ২৪ ঘন্টাত ২৭৫ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাসমূহৰ ৮৩.২৭% সংঘটিত হৈছে ছখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ১৩২ টা। ইয়াৰ পাছতেই পঞ্জাৱত ৫৩ টা দৈনিক মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাৱে যোৱা ২৪ ঘন্টাত চত্তীশগড়ত ২০ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

যোৱা ২৪ ঘন্টাত বাৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এইসমূহ হৈছেঃ উৰিষ্যা, লক্ষদ্বীপ, লাডাখ, মণিপুৰ, দাদৰা ও নগৰ হাভেলী আৰু দমন ও ডিউ, মেঘালয়, মিজোৰাম, ছিকিম, ত্ৰিপুৰা, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ।

****

MV/SJ/SB



(Release ID: 1707268) Visitor Counter : 188