স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

যোৱা ২৪ ঘন্টাত লাভ কৰা নতুন ঘটনাসমূহৰ ৭৭.৭% মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু মধ্য প্ৰদেশৰ

৪.৪ কোটি পালিৰো অধিক ক’ভিড-১৯ ভেকচিন প্ৰদান

যোৱা ২৪ ঘন্টাত ২৫ লাখৰো অধিক পালি প্ৰদান

Posted On: 21 MAR 2021 12:09PM by PIB Guwahati

দেশখনৰ কেইখনমান ৰাজ্যত দৈনিক নতুন ঘটনা বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। যোৱা ২৪ ঘন্টাত লাভ কৰা নতুন ঘটনাসমূহৰ ৭৭.৭% মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু মধ্য প্ৰদেশৰ

যোৱা ২৪ ঘন্টাত ৪৩,৮৪৬ টা নতুন দৈনিক ঘটনা লাভ কৰা হৈছে।

নতুন ঘটনাসমূহৰ ৮৩.১৪% হৈছে ৬ ৰাজ্যৰ।

দৈনিক নতুন ঘটনা বৃদ্ধি পাই অহা মহাৰাষ্ট্ৰত এই সংখ্যা সৰ্বাধিক ২৭,১২৬ টা। ইয়াৰ পাছতেই পঞ্জাৱত ২,৫৭৮ টাৰ সমান্তৰালভাৱে কেৰালাত ২,০৭৮ টা নতুন ঘটনা লাভ কৰা হৈছে।

আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ৭,২৫,১৩৮ ছেচনজুৰি ৪.৪ কোটিৰো অধিক পালি (৪,৪৬,০৩,৮৪১) ভেকচিন প্ৰদান কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত হৈছে ৭৭,৭৯,৯৮৫ হেল্থ কেয়াৰ কৰ্মী (১ম পালি), ৪৮,৭৭,৩৫৬ হেল্থ কেয়াৰ কৰ্মী (২য় পালি), ৮০,৮৪,৩১১ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি) আৰু ২৬,০১,২৯৮ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৩৬,৩৩,৪৭৩ হিতাধিকাৰী হৈছে নিৰ্দিষ্ট ৰোগসমূহত ভুগি থকা ৪৫ বছৰ বয়সৰ উৰ্ধ হিতাধিকাৰী (১ম পালি) আৰু ১,৭৬,২৭,৪১৮ হিতাধিকাৰী হৈছে ৬০ বছৰ বয়সৰ উৰ্ধ।

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৭৭,৭৯,৯৮৫

৪৮,৭৭,৩৫৬

৮০,৮৪,৩১১

২৬,০১,২৯৮

৩৬,৩৩,৪৭৩

১,৭৬,২৭,৪১৮

৪,৪৬,০৩,৮৪১

টিকাদান কাৰ্যক্ৰম ৬৪-সংখ্যক দিন (২০ মাৰ্চ, ২০২১) সাপেক্ষে, ২৫ লাখৰো অধিক পালি (২৫,৪০,৪৪৯) ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ৩৮,৬৬৯ ছেচন জুৰি ২২,৮৩,১৫৭ হিতাধিকাৰীক ১ ম পালি (হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মী) ভেকচিন আৰু ২,৫৭,২৯২ হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মীক ২য় পালি ভেকচিন প্ৰদান কৰা হৈছে।

তাৰিখঃ ২০ মাৰ্চ, ২০২১

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

 

৭৩,১৪৬

৭৩,০৭১

১,২৬,৭০৫

১,৮৪,২২১

৪,০৯,৮৬১

১৬,৭৩,৪৪৫

২২,৮৩,১৫৭

২,৫৭,২৯২

 

 

 

 

 

 

 

 

 

 

 

 

 

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড হয় ৩.০৯ লাখ (৩,০৯,০৮৭)। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা ২০,৬৯৩ টা ঘটনা হ্ৰাস পায়।

অন্যহাতেদি, আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ ঘটনা ১,১১,৩০,২৮৮ হৈ পৰে। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৯৫.৯৬%। যোৱা ২৪ ঘন্টাত ২২,৯৫৬ টা আৰোগ্য লাভৰ ঘটনা লাভ কৰা যায়।

যোৱা ২৪ ঘন্টাত ১৯৭ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৮৬.৮% সংঘটিত হৈছে ছয় ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৯২ টা। ইয়াৰ পাছতেই পঞ্জাৱত দৈনিক মৃত্যুৰ ঘটনা ৩৮ টা। কেৰালাত ১৫ টা মৃত্যুৰ ঘটনা লাভ কৰা হৈছে।

যোৱা ২৪ ঘন্টাত সোতৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছেঃ ৰাজস্থান, অসম, গোৱা, উত্তৰাখণ্ড, উৰিষ্যা, ঝাড়খণ্ড, লক্ষদ্বীপ, ছিকিম, পুডুচেৰী, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, নাগালেণ্ড, ত্ৰিপুৰা, লাডাখ, মণিপুৰ, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

****

MV/SJ/SB



(Release ID: 1706537) Visitor Counter : 138