প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰত্নগিৰি জিলাৰ এটা কাৰখানাত সংঘটিত বিস্ফোৰণত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

प्रविष्टि तिथि: 20 MAR 2021 3:53PM by PIB Guwahati

ৰত্নগিৰি জিলাৰ এটা কাৰখানত সংঘটিত এক বিস্ফোৰণৰ ঘটনাত অকাল মৃত্যু সাৱটিবলগীয়া হোৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰত্নগিৰি জিলাৰ এটা কাৰখানাত সংঘটিত বিস্ফোৰণত কেবাজনো লোকে মৃত্যু সৱটিবলগীয়া হোৱা ঘটনাই ব্যথিত কৰিছে। নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো”।

 

*******

DS/SH/KB


(रिलीज़ आईडी: 1706437) आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam