প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি মহামহিম গোতাবায়া ৰাজাপক্ষৰ মাজত টেলিফোনিক বাৰ্তালাপ
পোষ্ট কৰা হৈছে:
13 MAR 2021 3:22PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি মহামহিম গোতাবায়া ৰাজাপক্ষৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
নেতাদ্বয়ে সাময়িক উন্নয়ন আৰু দ্বিপাক্ষিক আৰু বহুপক্ষীয় ফৰামত উভয় ৰাষ্ট্ৰৰ মাজত অব্যাহত থকা সহযোগিতাৰ পৰ্যালোচনা কৰে। তেওঁলোকে অব্যাহত থকা ক’ভিড-১৯ সৃষ্ঠ প্ৰত্যাহ্বানসমূহৰ প্ৰসংগকে ধৰি সম্পৰ্কীয় বিভাগসমূহৰ মাজত নিয়মীয়া যোগাযোগ অব্যাহত ৰখাত সন্মতি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি অনুসৰি শ্ৰী লংকাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।
***
DS/SH/SB
(ৰিলিজ আই ডি : 1704672)
অতিথি কক্ষ : 362
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada