প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মান্নাতু পদ্মনাভনৰ পুণ্য তিথিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 FEB 2021 10:32AM by PIB Guwahati

মান্নাতু পদ্মনাভনৰ পুণ্য তিথিত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মান্নাতু পদ্মনাভন জীৰ পুণ্য তিথিত তেওঁলৈ শ্ৰদ্ধা জনালো। সামাজিক কল্যাণ আৰু যুৱ সবলীকৰণৰ অৰ্থে তেওঁৰ দীৰ্ঘ-দিনীয়া বৰঙণিক আমি সোঁৱৰণ কৰিছো। তেওঁৰ সমৃদ্ধ ভাৱনাই বহুতকে অনুপ্ৰাণিত কৰি ৰাখিব।"

*****

DS/SH/SB


(रिलीज़ आईडी: 1702129) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam