স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাজ্যসমূহলৈ ক’ভিড-১৯ ভেকচিনৰ আৱণ্টন

Posted On: 02 FEB 2021 4:20PM by PIB Guwahati

ভাৰত চৰকাৰে ২০২১ৰ ১৬ জানুৱাৰীৰ পৰা দেশৰ স্বাস্থ্য কৰ্মীসকলক টিকাকৰণৰ আৰম্ভ কৰিছে৷ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ক’ভিড-১৯ ভেকচিন প্ৰদান কৰা হৈছে৷

 

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিত স্বাস্থ্য কৰ্মীক টিকাকৰণৰ লক্ষ্য এনেধৰণৰঃ

 

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিত টিকাকৰণ কৰিবলগীয়া স্বাস্থ্য কৰ্মীৰ সবিশেষ-

ক্ৰ. নং

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল

টিকাকৰণ কৰিবলগীয়া স্বাস্থ্য কৰ্মী

(ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু

ব্যক্তিগত খণ্ড

আন্দামান আৰু নিকোবৰ

৫,০৫৮

অন্ধ্ৰপ্ৰদেশ

৪,৩৮,৯৯০

অৰুণাচল প্ৰদেশ

২৪,৫৫১

অসম

২,১০,৩৫৯

বিহাৰ

৪,৬৮,৭৯০

চণ্ডীগড়

১৮,৮৯০

চত্তীশগড়

২,৭৩,৪৪২

দাদৰা আৰু নগৰ হাভেলী

৪,২২০

দমন আৰু দিউ

১,৪৪০

১০

দিল্লী

২,৭৮,৩৪৩

১১

গোৱা

১৯,১৮১

১২

গুজৰাট

৫,১৬,৪২৫

১৩

হাৰিয়ানা

২,২৪,৩৭৬

১৪

হিমাচল প্ৰদেশ

৭৯,৫৫১

১৫

জম্মু আৰু কাশ্মীৰ

১,১৪,৪২৬

১৬

ঝাৰখণ্ড

১,৬৩,৮৪৪

১৭

কৰ্ণাটক

৭,৭৩,৩৬২

১৮

কেৰালা

৪,০৭,০১৬

১৯

লাডাখ

৫,৮৫৭

২০

লাক্ষাদ্বীপ

৮৯৫

২১

মধ্যপ্ৰদেশ

৪,২৯,৯৮১

২২

মহাৰাষ্ট্ৰ

৯,৩৬,৮৫৭

২৩

মণিপুৰ

৪৫,০৭১

২৪

মেঘালয়

৩৩,২৩৪

২৫

মিজোৰাম

১৫,৫৩৪

২৬

নাগালেণ্ড

২১,৫০৩

২৭

ওড়িশা

৩,৫৯,৬৫৩

২৮

পুডুচেৰী

২৪,৯৭০

২৯

পাঞ্জাৱ

১,৯৭,৪৮১

৩০

ৰাজস্থান

৫,২৪,২১৮

৩১

ছিক্কিম

১০,৬৯১

৩২

তামিলনাডু

৫,৩২,৬০৫

৩৩

তেলেংগানা

৩,৪৫,৭৭৫

৩৪

ত্ৰিপুৰা

৪৭,০৩৫

৩৫

উত্তৰপ্ৰদেশ

৯,০৬,৭৫২

৩৬

উত্তৰাখণ্ড

১,০০,৪৩৩

৩৭

পশ্চিমবংগ

৭,০০,৪১৮

 

মুঠ

৯২,৬১,২২৭

 

ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এইদৰে কয় স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই৷

*****

MV/SJ/DB



(Release ID: 1694637) Visitor Counter : 209