প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কোৰাপুটত সংঘটিত পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ বাবে এককালীন সাহায্যত অনুমোদন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
01 FEB 2021 5:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িষাৰ কোৰাপুটত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সকলক ৫০,০০০ টকাৰ আৰ্থিক সাহায্য দিয়া হ’ব।
প্রধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক টুইটযোগে কোৱা হৈছে, ‘ওড়িষাৰ কোৰাপুটত সংঘটিত দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। গুৰুতৰভাৱে আহত লোকসকলক ৫০,০০০ টকা দিয়া হ'ব।’
*******
DS/SH/KG
(ৰিলিজ আই ডি : 1694338)
অতিথি কক্ষ : 105
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam