প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শিৱমোগ্গাত সংঘটিত প্ৰাণহানিত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
22 JAN 2021 10:33AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱমোগ্গাত সংঘটিত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "শিৱমোগ্গাত সংঘটিত প্ৰাণহানিৰ ঘটনাত ব্যথিত হৈছো। শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিলো। প্ৰভাৱিতসকললৈ ৰাজ্য চৰকাৰখনে সম্ভাৱ্য সকলোখিনি সাহাৰ্য্য আগবঢ়াইছে।"
***
DS/SH/SB
(रिलीज़ आईडी: 1691469)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam