প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছেৰাম ইনষ্টিটিউটত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 21 JAN 2021 8:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেৰাম ইনষ্টিটিউটত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত শ্ৰী মোদীয়ে কয়, @SerumInstIndiaত সুত্ৰপাত হোৱা দুৰ্ভাগ্যজনক অগ্নিকাণ্ডত প্ৰাণহানিৰ খবৰে মৰ্মাহত কৰিছে৷ এই দুখৰ সময়ত যিসকলৰ পৰিয়ালে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে, তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷

****

DS/DB



(Release ID: 1691461) Visitor Counter : 103