প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ওস্তাদ গোলাম মোস্তাফা খান চাহাবৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 JAN 2021 8:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওস্তাদ গোলাম মোস্তাফা খান চাহাবৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘ওস্তাদ গোলাম মোস্তাফা খান চাহাবৰ বিয়োগত আমাৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি হ’ল। তেওঁ আছিল সংগীত জগতৰ এগৰাকী চূড়ামণি, সৃজনীশীলতাৰ কিংবদন্তী। তেওঁৰ সৃষ্টিয়ে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰিব। তেওঁৰ সৈতে সাক্ষাতৰ মোৰ মধুৰ স্মৃতি আছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মই সমবেদনা জনাইছোঁ।’
**********
DS/SH/KG
(रिलीज़ आईडी: 1691106)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam